Rural areas
অসমৰ বহু গ্ৰাম্য পথৰ অৱস্থা সঁচাকৈয়ে দুৰ্বল। বিশেষকৈ বৰষুণৰ সময়ত কাদা, গাঁত, পানী জমা হোৱা আদি সমস্যাৰ বাবে যাতায়াত বহুত কষ্টকৰ হয়। এই সমস্যাৰ ফলত—
স্কুল-কলেজ যোৱা ছাত্ৰ-ছাত্ৰীৰ অসুবিধা হয়
ৰোগীক হস্পিতাললৈ নিয়াত দেৰী হয়
কৃষকসকলে সামগ্ৰী বজাৰলৈ নিব নোৱাৰে
গাঁওৰ উন্নয়ন ধীৰ হয়
স্কুল-কলেজ যোৱা ছাত্ৰ-ছাত্ৰীৰ অসুবিধা হয়
ৰোগীক হস্পিতাললৈ নিয়াত দেৰী হয়
কৃষকসকলে সামগ্ৰী বজাৰলৈ নিব নোৱাৰে
গাঁওৰ উন্নয়ন ধীৰ হয়
2
Salim Rezza Ahmed
Baby Cockroach · 50 pts
Related Issues
Road Infrastructure 12 views Everything 2 views Potholes 3 views Public bus overcrowding 6 views